IQAC | NIRF | e-Samarth | Digital Library | Darpan | Student Satisfaction
logo
West Goalpara College
ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়

Event Images

Events

 ওৱেষ্ট গোৱালপাৰা মহাবিদ‍্যালয়ত “ভাষা গৌৰৱ সপ্তাহ” অন্তিম দিন উদযাপন, দিনাংক: ০৮/১১/২০২৪

 আজি ওৱেষ্ট গোৱালপাৰা মহাবিদ‍্যালয়ত “ভাষা গৌৰৱ সপ্তাহ”ৰ অন্তিম দিন উদযাপন কৰা হয় ।কার্যসূচী মতে আজি এই “ভাষা গৌৰৱ সপ্তাহ” ৰ ওপৰত এখনি ৰাজহুৱা সভা অনুস্টিত কৰা হয় ।এই সভাখন সভাপতিত্ব কৰে অধ‍্যাপক কাশ্বেম আলী আহমেদ, শিক্ষক সমন্বয়ক, ওৱেস্ট গোৱালপাৰা মহাবিদ‍্যালয়। এই সভাখনত মুখ‍্য অতিথি হিচাপে ভাষন দিয়ে ড.সিদ্ধিনাথ শৰ্মা ,অৱসৰপ্ৰাপ্ত মুৰব্বী অধ‍্যাপক, ভূগোল বিভাগ, গোৱালপাৰা মহাবিদ‍্যালয় আৰু পৰিচালনা সমিতিৰ সভাপতি,ওৱেষ্ট গোৱালপাৰা মহাবিদ‍্যালয়। সম্মানীয় ড. শৰ্মা ছাৰে -অসমীয়া ভাষাৰ বিকাশ আৰু প্ৰত‍্যাহ্বান বিষয়ৰ ওপৰত বিতং বাবে আলোচনা কৰে । এই অনুস্টানত মহাবিদ‍্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সভাখন সুচাৰু ৰূপে পালন কৰাত সহায় কৰে।

 2024-11-08






Copyright © 2026 West Goalpara College || Powered By S.S. Technologies